KHUJ

Grid View:
₹220.00

Ahimot Jar Hima Neherai (অসীমত যাৰ সীমা নেহেৰায় )#অসীমত যাৰ সীমা নেহেৰায় : (গ্ৰন্থ-সমালোচনা)**********#লেখক পৰিচিতি : অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডাঃ প্ৰনৱ কুমাৰ শৰ্মা  এম.ডি. । মেডিকেল কলেজ নামৰ উপন্যাসৰ লেখক শ্ৰী প্ৰনৱ কুমাৰ শৰ্মাৰ পিতৃ প্ৰয়াত কুমাৰ কিশোৰো আছিল ৭০ দশকত খলকনি সৃষ্টি কৰা উপন্যাসৰ স্ৰজক। মেডিকেল কলেজ নামৰ উপন্যাস আৰু কুমাৰ কিশো..

₹260.00

লেখকৰ পৰিচিতি --- বিকু বৰা । লখিমপুৰ জিলাৰ ৰাজবাৰীৰ সমিপৰ ২ নং জকাইপেলোৱা গাঁৱত জন্ম গ্ৰহণ কৰা বিকু বৰা এগৰাকী উচ্চমানৰ চিত্ৰশিল্পী আৰু অভিজ্ঞান জাতীয় বিদ্যালয়ৰ শিক্ষক ।   সুদৃশ্য বেটুপাত আৰু উন্নত পেপাৰ কুৱালিটিৰ এই গ্ৰন্থত পাব প্ৰায় এশ সত্তৰটা বছা বছা অনুপ্ৰেৰণামূলক অনুবাদ কাহিনী। সকলো বয়সৰ মানুহকে দি যাব অমৃত সদৃশ জ্ঞান-বুদ্ধি আৰু সুচি..

₹150.00

Jonakor GHar  (জোনাকৰ ঘৰ )..

₹200.00

সম্পূৰ্ণ বাস্তৱ জীৱনৰ ওপৰত ৰচিত তিনিখন উপন্যাসিকাৰ একত্ৰ সংকলন-- ত্ৰিপত্ৰ ।  ৰঙ্গমঞ্চ, কংকৰ পথৰ শেষত আৰু শ্ৰী শ্ৰীমান ।  ৰঙ্গমঞ্চ উপন্যাসিকাখনৰ আৰম্ভণিৰ বাক্যাংশ বৰ ৰসাল হৈছে । অনুভৱৰ আলসুৱা ৰাজ্যত তোলপাৰ লগায় এনেদৰে -- " পুৱাৰ ৰঙচুৱা কিৰণ নাৰিকলজোপাৰ স'তে চুপতি মাৰি,  খিৰিকিৰে সৰকি আহি প্ৰিন্সিপাল চাহাবৰ টেবুলত বহিছিল ।  পাতল ব..

₹270.00

Udukku (উড়ুক্কু )গংগা প্ৰসাদ হাজৰিকা - গল্প-উপন্যাস, অনুবাদ সাহিত্যত সকলোৰে পৰিচিত নাম। তেখেতে ব্যতিক্ৰমী কথনভংগিৰে কাহিনীবোৰ সমুখত ৰৈ নিজে কৈ থকা যেন লাগে। তেখেতৰ সদ্য প্ৰকাশিত উপন্যাস 'জোনাকৰ ঘৰ' । স্বাৰ্থপৰ পত্নী নিকিতাই অনুৰাগৰ হাতত কণমানি প্ৰীতিক এৰি থৈ গুচি গ'ল। মাকৰ অনুপস্থিতিত দেউতাক অনুৰাগে অকলশৰে প্ৰীতিক তুলিতালি ডাঙৰ দীঘল কৰিব লগা হ' ল।..

₹240.00

Uvoti Rodor Batere (উভতি ৰ'দৰ বাটেৰে )লেখিকা --- ৰাস্না পালক। লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্মগ্ৰহণ কৰা সুলেখিকা শ্ৰীমতী পালকৰ প্ৰথম উপন্যাস ' বেলিবিহীন কপালৰ ৰ'দঘাই মানুহজনী'য়ে  প্ৰায় এবছৰৰ ভিতৰতে তৃতীয় প্ৰকাশ হৈছে। এটি তিনি বছৰীয়া কন্যাৰ মাতৃ শ্ৰীমতী পালক অসমীয়া বিষয়ৰ স্নাতকোত্তৰ।#প্ৰকাশক --- খোজ পাব্লিকেশ্বন, গুৱাহাটী-৩২      &nb..

Showing 1 to 6 of 6 (1 Pages)