Assamcart Official

Grid View:
₹299.00

A Book of Gourmet Cooking Author : Jyoti Das BardoloiA culinary journey across the river the river Brahmaputra, Ethinic Food..

₹399.00

অভিব্যঞ্জনা (Abhibyanjana) আধুনিক অসমীয়া কবিতাৰ তিনিটা পৰ্বModern Assamese Literature Criticismজয়ন্ত ডেকা প্ৰকাশক: পেপিৰাছ ,পানবজাৰ গুৱাহাটী আধুনিক অসমীয়া কবিতা সমালোচনাৰ এক গুৰুত্বপূৰ্ণ গ্ৰন্থ। ইয়াত হোমেন বৰগোহাঞিৰ পৰা বিজয় শংকৰ বৰ্মনলৈ সংযোজিত হৈছে কবিতাৰ সুদীৰ্ঘ সমালোচনা।..

₹180.00

,"মোৰ মন আৰু দেশখন এতিয়া একেই অৰাজক / মগজুত মৃত কলম্বাছ..... ( এজন ৰঙৰ মিস্ত্ৰি , পৃ-৯১ )নোম , ৰজাৰ গোৰোহা , নন্দ কাইটি , মিছেছ বৰুৱাৰ ব্লাউজ আৰু এটা উত্তৰ আধুনিক কবিতা , জেঠি , অঞ্জলী হোটেলৰ চিঙৰা , টুথপেষ্ট , মাউখ - এনে শিৰোনামৰ বিষয়বস্তু আৰু ফৰ্মৰ বৈচিত্ৰ্যৰে ভৰা কবিতা পুথি । সমুদ্ৰ কাজল শ‌ইকীয়াৰ পাতনি সম্বলিত মনোজ নেওগৰ "এজন ৰঙৰ মিস্ত্ৰি "প্ৰকা..

Out Of Stock
Quickview
₹175.00

 Book Promo: https://youtu.be/h40eR1-owUE"অজুহাত" সৃষ্টি শ্ৰেয়মৰ দ্বিতীয় গল্প সংকলন। অসমৰ নতুন প্ৰজন্মৰ গল্পকাৰ সকলৰ সম্ভাৱনাপূৰ্ণ দহগৰাকীৰ ভিতৰত সৃষ্টি এগৰাকী বুলি সাতসৰী আলোচনীৰ এটি সংখ্যাত প্ৰকাশ পাইছিল। প্ৰকাশক- কাণখোৱা। "Ajuhat" is a collection of short stories by Srishti Shreyam in Assamese Language. Srishti is one of the promising ..

₹160.00

Anubhabor Phulonit Soru Soru Kothare (অনুভৱৰ ফুলনিত সৰু সৰু কথাৰে) //Writer: দাৰাক উল্লা // সৰু সৰু মানুহৰ সৰু সৰু কথা। সৰু সৰু কথাৰে অনুপম হয় জীৱন। আইনৰ পৰা সংস্কৃতিৰ পথাৰলৈ, বুৰঞ্জীৰ পৰা বিজ্ঞানলৈ, চিত্ৰকলাৰ পৰা সংগীতলৈ ভিন্ন ৰুচিৰ চিন্তা চেতনাক ব্যতিক্ৰমী লিখনশৈলীৰে পৰিবেশন কৰা হৈছে। তত্বগধুৰ হোৱাৰ বিপৰীতে তথ্যসমৃদ্ধ আৰু চিন্তাকৰ্ষক ৪৪ টা ল..

₹280.00

APDCL--AEGCL--APGCL Examination Book 2018-2019 ( Assamese Medium)' সাধাৰণ জ্ঞান, সাধাৰণ গণিত, সাধাৰণ ইংৰাজী, মানসিক দক্ষতা(General Aptitude), কম্পিউটাৰৰ প্ৰাথমিক জ্ঞান, সাম্প্ৰতিক ঘটনা প্ৰবাহ আদি শিতানসমূহ সন্নিৱিষ্ট কৰি সহজ-সৰল ভাষাত পৰীক্ষা উপযোগীকে এই পুথিখন প্ৰস্তুত কৰি উলিওৱা হৈছে৷..

₹250.00

Writer:  Mridul Kumar Handique..

₹250.00

হিমানী ওজা ভূঞাৰ 'অশ্বক্লান্ত' এখন নিভাঁজ অসমীয়া সামাজিক উপন্যাস। ইয়াত একোখন গাঁৱৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে । গাঁৱৰ জীয়ৰী আইনু বোৱাৰী হৈ এগৰাকী লখিমী ৰূপত দেখা দিছিল যদিও সময়ৰ প্ৰত্যাহ্বানত জীৱনৰ মধ্যভাগৰ পৰা শেষ বয়সলৈকে দুখ-যন্ত্ৰনাই বিধ্বস্ত কৰিছিল। উপন্যাসখনত লেখিকাই পৰকীয়া প্ৰেমৰ ভয়াবহতা আৰু প্ৰকৃত প্ৰেমৰ সফলতা তুলি ধৰিবলৈ সক্ষম হৈছে। গাঁৱৰ নি..

₹500.00

Disposable Surya aru Anayanya Padya  and  Disposable Surya Aru Anayanya Sonnet (ডিছপোজেবল সূৰ্য আৰু অন্যান্য পদ্য,"ডিছপোজেবল সূৰ্য আৰু অন্যান্য চনেট)  সমুদ্ৰ কাজল শইকীয়াৰ দুখন কিতাপ "ডিছপোজেবল সূৰ্য আৰু অন্যান্য পদ্য" আৰু "ডিছপোজেবল সূৰ্য আৰু অন্যান্য চনেট", নৱেম্বৰ, ২০১৭-ত একত্ৰে কাণখোৱাৰ দ্বাৰা প্ৰকাশিত। প্ৰকাশন সহযোগী: মুক্ত ..

₹220.00

Emotionary- A Dictionary of EmotionWriter: Triparna KalitaEmotionary is an attempt to connect you to yourself through a series of explanatory notes with 80 different emotions in a single book – hence the name ‘Emotionary - A Dictionary of Emotions’. We all have noticed the current drift of human emotions from logical reasoning towards spontaneous r..

₹130.00

Eta-Kelehuwa Hypothesis Aru Chahar Piyala Ejak Bauli Botah (এটা কেলেহুৱা হাইপ’থেছিচ আৰু চাহৰ পিয়লাত এজাক বাউলি বতাহ')কাহিনীৰ মাজেৰে সমাজ বাস্তৱতা প্ৰকাশত গুৰুত্ব দিয়া চিন্তাশীল লেখক চেম্‌বাচ গগৈৰ সদ্য প্ৰকাশিত চুটি গল্পৰ সংকলন হৈছে 'এটা কেলেহুৱা হাইপ’থেছিচ আৰু চাহৰ পিয়লাত এজাক বাউলি বতাহ' ৷ মুঠ ২৩ টা গল্প সংকলখনত সন্নিৱিষ্ট হৈছে ৷ গুৱাহাটীৰ পৃথিৱী ..

₹50.00

নিৰ্মল হাস্যৰসৰ যোগান ধৰা এখনি সুখপাঠ্য পুথি গল্ফীৰ ডায়েৰী৷ শিশুৰ পৰা ককা-আইতালৈ সকলোৱে এই পুথিখনিৰ সোৱাদ ল'ব পাৰে ৷ যান্ত্ৰিক জীৱনৰ ধামখুমিয়াত পৰি আপুনি যদি হাঁহিবলৈ পাহৰিছে তেন্তে এই পুথিখনিয়ে আপোনাক বিমল আনন্দ আৰু হাস্যৰসৰ যোগান ধৰিব৷ আজিৰ হতাশা, মানসিক হেঁচা আদি পয়োভৰৰ সময়ত গল্ফীৰ ডায়েৰীয়ে আপোনাক খন্তেক সময়ৰ বাবে এখন সুখৰ পৃথিৱীলৈ লৈ যাব.........

₹180.00

#জঙালপ্ৰবল পৰাক্ৰমী বীৰ ৰজা জোঙাল বলহু৷ যাৰ শৌৰ্য্য- বীৰ্য্যত দশোদিশ কঁপিছিল৷ যাৰ মহানতা তথা বীৰত্বৰ গাঁথাক লৈ সমগ্ৰ তিৱা জনগোষ্ঠীৰ লগতে অসমে গৌৰৱ কৰে৷ প্ৰকৃততে এই বীৰ পুৰুষৰ নাম "জনাল পলহু" ( Chonal Polohu)৷ তিৱা জনগোষ্ঠীৰ লিপি ৰোমান আৰু "Ch" ৰ  উচ্চাৰন "জ" হোৱা  বাবে উচ্চাৰিত হয় "জনাল"৷ তিৱা ব্যাকৰণত 'ব’,'ভ’ নাই৷ গতিকে যিকোনো ..

₹120.00

ফেচবুকত থকা অসংখ্য খাদ্য গ্ৰুপৰ মাজত 'জুতি লগাই এসাঁজ' গ্ৰুপো অন্যতম৷ অতি কম সময়তে গ্ৰুপটোৱে জনপ্ৰিয়তাৰ শীৰ্ষত অৱতীৰ্ণ হ’বলৈ সক্ষম হৈছে৷ অসমীয়া থলুৱা, জনজাতীয় খাদ্যসম্ভাৰৰ লগতে দেশী বিদেশী খাদ্যসমূহ সদস্যসকলে ইজনে আনজনৰ পৰা শিকা আৰু শিকোৱাৰ মানসেৰে পিংকি বৰুৱাই ২০১৬ চনৰ ১১ নৱেম্বৰত গ্ৰুপটোৰ প্ৰতিষ্ঠা কৰিছিল৷ 'জুতি লগাই এসাঁজ' গ্ৰুপটোৱে পিংকি বৰুৱা ..

₹150.00

ফেচবুকৰ জনপ্ৰিয় খাদ্য গ্ৰুপ "জুতি লগাই এসাঁজ"ৰ ফালৰ পৰা দ্বিতীয়বাৰলৈ আকৌ এখন ৰন্ধন প্ৰকৰণৰ গ্ৰন্থ 'জুতি লগাই এসাঁজ (দ্বিতীয় ভাগ)' গ্ৰুপৰ ফালৰ পৰা প্ৰকাশ কৰি উলিওৱা হ’ল৷ প্ৰায় ৯২০০০ সদস্য থকা বিশাল গ্ৰুপটোৰ ১২০ গৰাকী সদস্য/সদস্যাৰ প্ৰায় ২৪৭টা ৰেচিপি কিতাপখনত অন্তৰ্ভুক্ত কৰা হৈছে৷ অতি সহজতে কম উপাদানেৰে ৰান্ধিব পৰা ৰেচিপিসমূহ কিতাপখনত আছে৷ নিৰামিষ আৰ..

Showing 1 to 15 of 32 (3 Pages)