La Sentera (লা_চেণ্টেৰা)

La Sentera (লা_চেণ্টেৰা)

₹220.00
Product Code: ass-pube-003
Stock In Stock

OverView

ভেনিজুৱেলা, আমেৰিকা, দিল্লী অথবা অসমৰ বগৰিজান;  দেশ-বিদেশৰ ভিন্ন ঠাইৰ ভিন্ন পটভূমিত ৰচনা কৰা হৈছে #লা_চেণ্টেৰা ৰ গল্পসমূহ ৷ প্ৰেক্ষাপটত আছে ব্ৰিটিছশাসিত অসমৰ চাহ-বাগানৰ সমাজখন, আশীৰ দশকৰ জ্বলন্ত অসম, আমেৰিকাৰ প্ৰব্ৰজন নাইবা ভেনিজুৱেলাৰ ৰাজনৈত...

Product Description

ভেনিজুৱেলা, আমেৰিকা, দিল্লী অথবা অসমৰ বগৰিজান;  দেশ-বিদেশৰ ভিন্ন ঠাইৰ ভিন্ন পটভূমিত ৰচনা কৰা হৈছে #লা_চেণ্টেৰা ৰ গল্পসমূহ ৷ প্ৰেক্ষাপটত আছে ব্ৰিটিছশাসিত অসমৰ চাহ-বাগানৰ সমাজখন, আশীৰ দশকৰ জ্বলন্ত অসম, আমেৰিকাৰ প্ৰব্ৰজন নাইবা ভেনিজুৱেলাৰ ৰাজনৈতিক সংকটৰ দৰে অতীত আৰু বৰ্তমানৰ বহু গুৰুত্বপূৰ্ণ ঘটনা আৰু প্ৰসংগও ৷

#লা_চেণ্টেৰা— পটভূমিৰ বৈচিত্ৰ্য আৰু বিষয়বস্তুৰ নতুনত্বৰে পৰম্পৰাগত অসমীয়া গল্পৰ শাৰীৰ পৰা আঁতৰি আহি সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত আত্মপ্ৰকাশ কৰা এটি বাছকবনীয়া গল্প-সংকলন ৷

স্পেনিছ, ভেনিজুৱেলান, আমেৰিকান আদি বিদেশী ভাষাৰ শব্দৰ উপৰি অসমৰ চাহ-জনগোষ্ঠীয় সমাজখনত ব্যৱহৃত ভাষাৰ প্ৰয়োগে গল্পসমূহে প্ৰতিনিধিত্ব কৰা সময় আৰু সমাজখনক অধিক স্বচ্ছতাৰে প্ৰত্যক্ষ কৰাৰ লগতে গভীৰভাৱে অনুধাৱন কৰাৰ সুযোগ দিব ৷ তদুপৰি কাহিনীৰ সংবেদনশীলতা আৰু পৰিৱেশ-পৰিস্থিতিৰ চিত্তাকৰ্ষক বৰ্ণনাই হেচুচ, ফেৰ্নান্দ, উপমন্যু, কাৰল'চ, মেলিন্দা, গৌতম, ৰুকমী আদি দেশী-বিদেশী অলেখ চৰিত্ৰৰ সৈতে পাঠকক সহজেই একাত্ম কৰি তুলিব ৷

জীৱনৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু মানুহৰ মনৰ অভ্যন্তৰলৈ তীক্ষ্ণ  অন্তৰ্দৃষ্টি—  #লা_চেণ্টেৰা ৰ গল্পসমূহৰ এয়া বিশেষত্ব ৷

# হীৰেন শৰ্মাৰ গল্প সংকলন #লা_চেণ্টেৰা ৰ ভিন্ন স্বাদৰ গল্পসমূহে  পাঠকক প্ৰদান কৰিব গল্প-সাহিত্যৰ নতুন ৰসাস্বাদনৰ পৰিতৃপ্তি ৷

দাম- 220
গ্ৰন্থৰখৰ লেখকৰ নাম- হীৰেন শৰ্মা।

Write a review

Note: HTML is not translated!
    Bad           Good

When you order from AssamCart.com, you will receive a confirmation email. Once your order is shipped, you will be emailed the tracking information for your order's shipment. You can choose your preferred shipping method on the Order Information page during the checkout process.

The total time it takes to receive your order is shown below:

The total delivery time is calculated from the time your order is placed until the time it is delivered to you. Total delivery time is broken down into processing time and shipping time.

Processing time: The time it takes to prepare your item(s) to ship from our warehouse. This includes preparing your items, performing quality checks, and packing for shipment.

Shipping time: The time for your item(s) to tarvel from our warehouse to your destination.

Shipping from your local warehouse is significantly faster. Some charges may apply.

In addition, the transit time depends on where you're located and where your package comes from. If you want to know more information, please contact the customer service. We will settle your problem as soon as possible. Enjoy shopping!

₹110.00
₹220.00
₹220.00
₹100.00
₹150.00
₹120.00